KRISHNA KANAI || SHRI KRISHNA RASHLEELA GEET || BASANTA BORA & PRIYANKI BORA || RASHLEELA GEET 2021

KRISHNA KANAI || SHRI KRISHNA RASHLEELA GEET || BASANTA BORA & PRIYANKI BORA || RASHLEELA GEET 2021

Dibakar Talukdar

54 года назад

81 Просмотров

KRISHNA KANAI || SHRI KRISHNA RASHLEELA GEET || BASANTA BORA & PRIYANKI BORA || RASHLEELA GEET 2021

🙏🏻🌺🙏🏻🌺🙏🏻🌺🙏🏻🌺🙏🏻🌺🙏🏻🌺🙏🏻🌺🙏🏻🌺🙏🏻🌺🙏🏻🌺🙏🏻🌺🙏🏻🌺🙏🏻🌺
শ্ৰীকৃষ্ণায় নমঃ

"কৃষ্ণ কানাই"। মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ কীৰ্ত্তন ঘোষাৰ "ৰাসক্ৰীড়া" অধ্যায় আৰু "কেলি গোপাল" নাটৰ আধাৰত ৰচিত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ গীত। শ্ৰীকৃষ্ণৰ সৈতে নৃত্য কৰি গোপীসকলৰ লগতে ৰাধা(গোপী)ৰ গৰ্ব হোৱাত গোপীসকলৰ ভক্তি বঢ়াবলৈ শ্ৰীকৃষ্ণ অন্তৰ্ধান হ'ল। গোপীসকলে বৃন্দাবনত শ্ৰীকৃষ্ণক নেদেখি , গছ-লতা সবাকে শ্ৰীকৃষ্ণৰ কথা সুধি সুধি কৃষ্ণ গুণ গায় গায় নিজৰ ভুল বুজি উঠি শ্ৰীকৃষ্ণময় হৈ পৰিল। গোপীসকলৰ কৃষ্ণময় ভক্তিত সন্তুষ্ট হৈ ভগৱান শ্ৰীকৃষ্ণই অপূৰ্বজ্যোতিৰে গোপীসকলৰ মাজত আবিৰ্ভাৱ হৈ তেওঁলোকৰ মনোৰথ পূৰণৰ উদ্দেশ্যে প্ৰতি গৰাকী গোপী অনুসৰি কৃষ্ণৰূপ লৈ নৃত্যকৰাৰ এক পৰিৱেশ ৰচনা কৰিবৰ উদ্দেশ্যে গীতটি ৰচিত।


গীতৰ কথা আৰু সুৰ : ড০ বসন্ত বৰা
কন্ঠ : ড০ বসন্ত বৰা আৰু প্ৰিয়াংকী বৰা
সংগীত ব্যৱস্থাপনা : প্ৰাঞ্জল বৰা

সহযোগী :
গুণ কান্ত দাস
হেমন্ত বৰা
কমল শইকীয়া
কমল বৰকটকী
ৰক্তিম দাস
গৌতম শইকীয়া
পংকজ ভট্টাচার্য


শুনি কেনেকুৱা পালে জনাব
🙏🌸🙏

ৰুচি পূৰ্ণ সংগীতৰ বাবে চেনেলটো Subscribe কৰি লওক

Please Watching The Full Video And Like Comment and Subscribe.
Thank You So Much For Watching.

#dibakartalukdar
#basantabora #priyankibora
#rashleelageet2021 #rashleelageet2020 #krishnakanainrityokore
Ссылки и html тэги не поддерживаются


Комментарии: