ড০ হীৰেন গোহাঁইৰ আত্মকথা দ্বিতীয় খণ্ড || মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘আত্মকথা’

ড০ হীৰেন গোহাঁইৰ আত্মকথা দ্বিতীয় খণ্ড || মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘আত্মকথা’

Pratidin Time

2 недели назад

1,713 Просмотров

ভূপেন হাজৰিকাৰ লগত কিহৰ সংঘাত ড০ হীৰেন গোহাঁইৰ?
হোমেন বৰগোহাঞি আৰু হীৰেন গোহাঁই কিয় বিপৰীত মেৰুত?
হিমন্ত বিশ্ব শৰ্মাৰ লগত কি কথাত ব্যক্তিগত শত্রুতা ড০ গোহাঁইৰ?
Who is Hiren Gohain বা হীৰেন গোহাঁই কোন- গোহাঁইৰ উত্তৰ কি?
মাৰ্ক্সবাদী হীৰেন গোহাঁই কেতিয়াৰ পৰা কংগ্রেছী হীৰেন গোহাঁই হ’ল?
বিজেপিক কিয় চকুপাৰি দেখিব নোৱাৰে ড০ গোহাঁয়ে?
ড০ গোহাঁইৰ দৃষ্টিত নেহৰুৰ পৰা মোডীলৈকে কোন শ্রেষ্ঠ প্রধানমন্ত্রী?
অসমৰ কবি, সাহিত্যিক, শিল্পীৰ সন্দৰ্ভত গোহাঁইৰ দৃষ্টিভংগী কি?
এনে কিছু প্রশ্নৰ উত্তৰ বিচাৰি আজি ‘আত্মকথা’ৰ দ্বিতীয় খণ্ড
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘আত্মকথা’


#pratidintime #nitumonisaikia

Тэги:

#assam #pratidin_time #latest_news #hiren_gohain #nitumoni_saikia #talkshow #atmakatha
Ссылки и html тэги не поддерживаются


Комментарии: